বঙাইগাঁও,25জুনঃ বৃহস্পতিবাৰে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক ফলাফলত বঙাইগাঁও মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে অৰিজিৎ সাহাই। ছাত্র জনে সৰ্বমুঠ 454 নম্বৰ লাভ কৰি অসমৰ 10 স্থানৰ ভিতৰত বাণিজ্য শাখাত সপ্তম স্থান পাবলৈ সক্ষম হৈছে।
454 নম্বৰৰে বাণিজ্য শাখাত সপ্তম স্থান দখল অৰিজিৎ সাহাৰ - বঙাইগাঁও মহাবিদ্যালয়ৰ
বঙাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ অৰিজিৎ সাহাই 454 নম্বৰ লাভ কৰি অসমৰ 10 স্থানৰ ভিতৰত বাণিজ্য শাখাত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
![454 নম্বৰৰে বাণিজ্য শাখাত সপ্তম স্থান দখল অৰিজিৎ সাহাৰ Bongaigaon college 7th position commerse arjit saha ahsec result](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7765605-199-7765605-1593087278592.jpg)
অৰিজিৎ সাহাৰ 454 নম্বৰৰে বাণিজ্য শাখাত সপ্তম স্থান দখল
অৰিজিৎ সাহাৰ 454 নম্বৰৰে বাণিজ্য শাখাত সপ্তম স্থান দখল
ভৱিষ্যতে ছাত্ৰজনে এজন প্ৰশাসনিক বিষয়া হোৱাৰ মন আছে বুলি জানিবলৈ দিয়ে ৷ ইপিনে ছাত্ৰ জনৰ সফলতাত জিলাখনৰ লগতে বঙাইগাঁও মহাবিদ্যালয়ৰ পৰিয়াল আনন্দিত হৈ পৰা দেখা গৈছে ৷ লগতে ছাত্ৰ জনে উল্লেখ কৰে যে একাগ্ৰতা আৰু মনোযোগ দি কৰিলে যি কোনো কামেই সম্ভব কৰি তুলিব পাৰি ৷
লগতে চাওকঃ কলা শাখাৰ সপ্তম স্থানত জিলিকিল ধুবুৰীৰ অৱন্তী ৰয়