বঙাইগাঁও, 6 অক্টোবৰঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত লুংঝাৰ মানাহ নদীৰ ওপৰত থকা কাঠৰ দলং খনৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ দলংখন শুভ উদ্বোধন কৰে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে ।
কাঠৰ দলঙে সংযোগ কৰিলে বিজনী আৰু উত্তৰ অভয়াপুৰী সমষ্টিক - বঙাইগাঁও
বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত লুংঝাৰ মানাহ নদীৰ ওপৰত থকা কাঠৰ দলং খনৰ শুভ উদ্বোধনী অনুষ্ঠান ৷ দলংখন আজি শুভ উদ্বোধন কৰে বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে।
![কাঠৰ দলঙে সংযোগ কৰিলে বিজনী আৰু উত্তৰ অভয়াপুৰী সমষ্টিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4671087-thumbnail-3x2-bridge.jpg)
বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত লুংঝাৰ মানাহ নদীৰ ওপৰত ৪৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াই এখন কাঠৰ দলং ৷ দলংখন আজি শুভ উদ্বোধন কৰে বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে । বৰপেটাৰ প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমলৰ সাংসদ পুঁজিৰ ৩০ লাখ টকা আৰু ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰে দলংখন । বিজনী পাতিলাদহা গড়কাপ্তানি পথৰ মানাহ নদীৰ ওপৰত এই দলংখনে দুটাকৈ সমষ্টিৰ হাজাৰ হাজাৰ লোকৰ যাতায়তৰ পথ সুচল হোৱাত স্থানীয় ৰাইজে প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমল, বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীক ধন্যবাদ জ্ঞাপন কৰে ।