অসম

assam

ETV Bharat / state

22 টা চৰৰ জনসাধাৰনক উপকৃত কৰা এটা নৌকা স্বাস্থ্য সেৱা কেন্দ্ৰ - ETV BHARAT

বঙাইগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ নদীদ্বীপ চৰ সমূহৰ বাবে নৌকা স্বাস্থ্য সেৱাৰ ব্যৱস্থা।

22 টা চৰৰ জনসাধাৰনক উপকৃত কৰা এটা নৌকা স্বাস্থ্য সেৱা কেন্দ্ৰ

By

Published : Jun 3, 2019, 7:24 PM IST

22 টা চৰৰ জনসাধাৰনক উপকৃত কৰা এটা নৌকা স্বাস্থ্য সেৱা কেন্দ্ৰ

বঙাইগাঁও,3 জুন: চৰাঞ্চলৰ জন-জীৱনৰ জীৱনৰেখা স্বৰূপ এই নৌকা স্বাস্থ্য সেৱা ব্যৱস্থাত এতিয়া নিভৰ্ৰশীল কেইবাশ লোক। জিলাখনৰ বৈটামাৰী আৰু সৃজনগ্ৰাম খণ্ডৰ মুঠ ২২ খন চৰ এই নৌকা স্বাস্থ্য সেৱাৰ ওপৰত নিৰ্ভৰশীল ।
কি আছে এই নৌকা স্বাস্থ্য সেৱাত এই বিষয়ে এক বিতং প্ৰতিবেদন....

ABOUT THE AUTHOR

...view details