বঙাইগাঁও,27 ডিচেম্বৰ: দেওবাৰে বঙাইগাঁৱত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঁঞা ৷ অসম গণ পৰিষদৰ দুৰ্গ খ্যাত বঙাইগাঁওত বিজেপিৰ জিলা কাৰ্য্যালয়ত মহিলাসকলৰ এক সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী গৰাকীয়ে ৷ এই সভাতেই অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি অপৰাজিতা ভূঁঞাই বঙাইগাঁৱত প্ৰয়োজন হ’লে ফণীভূষণ চৌধুৰীৰ বিকল্প চিন্তা কৰা হ’ব বুলি মন্তব্য কৰে ৷
বঙাইগাঁৱত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঁঞা - Bongaigaon BJP state woman president visit
বঙাইগাঁৱত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঁঞা ৷ বঙাইগাঁৱৰ বিজেপিৰ জিলা কাৰ্য্যালয়ত মহিলাসকলৰ এক সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভানেত্ৰী গৰাকী ৷
![বঙাইগাঁৱত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঁঞা As_Chg_bongaigaon-bjp-state-woman-president-visit_vis_10012](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10026025-thumbnail-3x2-b.jpg)
বঙাইগাঁৱত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঁঞা
বঙাইগাঁৱত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঁঞা