অসম

assam

ETV Bharat / state

বঙাইগাঁৱত গ্ৰেপ্তাৰ ড্ৰাগছসহ দুজন বিক্ৰেতা - নৰ্থ বঙাইগাঁও গুৰুনানক কলনী

বঙাইগাঁৱত আৰক্ষীৰ অভিযানত নৰ্থ বঙাইগাঁও গুৰুনানক কলনীত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন সৰবৰাহকাৰী

বঙাইগাঁৱত গ্ৰেপ্তাৰ ড্ৰাগছসহ দুজন বিক্ৰেতা

By

Published : Sep 11, 2019, 9:31 PM IST

বঙাইগাঁও, 11 ছেপ্তেম্বৰ :

  • বঙাইগাঁৱত গ্ৰেপ্তাৰ ড্ৰাগছ সহ দুজন লোক
  • বুধবাৰে নিশা বঙাইগাঁও আৰক্ষীৰ অভিযানত নৰ্থ বঙাইগাঁও গুৰুনানক কলনীত আটক ড্ৰাগছ বিক্ৰেতা দুজন
  • আৰক্ষীয়ে লোক দুজনৰ পৰা ২ টাকৈ ব্ৰাউন ছুগাৰৰ কন্টেইনাৰ সহ অন্য সামগ্ৰী জব্দ কৰে
  • গ্ৰেপ্তাৰ হোৱা দুজন ক্ৰমে সাহিল মণ্ডল আৰু সাহমত আলী
  • দুয়োজন চিৰাং জিলাৰ বিজনী অঞ্চলৰ বাসিন্দা
  • বিজনীৰ জনৈক বিজয় সৰকাৰৰ পৰা ক্ৰয় কৰিছিল ড্ৰাগছখিনি
  • বিক্ৰেতা দুজনে বঙাইগাঁওৰ ভাড়াঘৰত থাকি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ ওপৰত অব্যাহত ৰাখিছে জেৰা
    বঙাইগাঁৱত গ্ৰেপ্তাৰ ড্ৰাগছসহ দুজন বিক্ৰেতা

ABOUT THE AUTHOR

...view details