অসম

assam

ETV Bharat / state

বাৰ্মা আয়োগৰ নেতৃত্বক সাক্ষাৎ আক্ৰাছুৰ লগতে বিভিন্ন দল সংগঠনৰ - আক্ৰাছু

বিটিচিৰ পৰা গাঁও কৰ্তনৰ বিষয় লৈ দেওবাৰে বঙাইগাঁৱত আক্ৰাছুৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্বই পি বি বৰ্মাৰ নেতৃত্বত গঠিত আয়োগক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা সমুহ পুৰণ কৰিবলৈ দাবী উত্থাপন কৰে । বিটিচিৰ পৰা আয়োগে সঠিক ভাৱে যাতে গাঁও সমুহ কৰ্তন কৰে তাৰ বাবেও দাবী উত্থাপন কৰে সংগঠন কেইটাই ।

Bongaigaon AKRSU meet Barma comission
বাৰ্মা আয়োগৰ নেতৃত্বক সাক্ষাৎ আক্ৰাছুৰ লগতে বিভিন্ন দল সংগঠনৰ

By

Published : Jan 3, 2021, 7:24 PM IST

বঙাইগাঁও, 3 জানুৱাৰী :বিটিচিৰ পৰা গাঁও কৰ্তন বা অন্তৰ্ভুক্তি সন্দৰ্ভত বিটিআৰ চুক্তি অনুসৰি গঠিত বাৰ্মা আয়োগৰ নেতৃত্বই বাহৰ পাতিছে বঙাইগাঁৱৰ আৱৰ্ত ভৱনত।

বাৰ্মা আয়োগৰ নেতৃত্বক সাক্ষাৎ আক্ৰাছুৰ লগতে বিভিন্ন দল সংগঠনৰ

বিটিচিৰ পৰা গাঁও কৰ্তনৰ বিষয়টোক লৈ দেওবাৰে বঙাইগাঁৱত আক্ৰাছুৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্বই পি বি বৰ্মাৰ নেতৃত্বত গঠিত আয়োগক সাক্ষাৎ কৰি নিজৰ সমস্যা সমুহ পুৰণ কৰিবলৈ দাবী উত্থাপন কৰে । বিটিচিৰ পৰা আয়োগে সঠিক ভাৱে যাতে গাঁও সমুহ কৰ্তন কৰে তাৰ বাবেও দাবী উত্থাপন কৰে সংগঠন কেইটাই ।

বাৰ্মা আয়োগৰ নেতৃত্বক সাক্ষাৎ আক্ৰাছুৰ লগতে বিভিন্ন দল সংগঠনৰ

উল্লেখ্য যে, ৰাজ্য, কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএফবিৰ নেতৃত্বৰ সৈতে স্বাক্ষৰিত হোৱা চুক্তিত উল্লেখ থকা মতে, বিটিএডিৰ অন্তৰ্গত যিবোৰ গাঁও বা অঞ্চলত অ-জনজাতি লোকৰ সংখ্যা বেছি সেই অঞ্চলসমূহ বিটিএডিৰ পৰা বাদ দিয়া হ’ব আৰু বড়ো তথা জনজাতিৰ লোকসকলৰ বসতি প্ৰধান এলেকাসমূহ বিটিএডিত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত এখন কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ।


লগতে পঢ়ক: বিগত 19 বছৰত উত্তৰাখণ্ডত ধৰ্ষণৰ বলি হৈছে প্ৰায় 3956 গৰাকী মহিলা !

ABOUT THE AUTHOR

...view details