বঙাইগাওঁ, 29 নৱেম্বৰঃ শুকুৰবাৰে বঙাইগাঁৱত এক অনন্য ৰূপত দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক ৷ বঙাইগাঁৱত প্ৰতিঘাত চিনেমাৰ প্ৰচাৰ চলাবলৈ আহি ৰাজপথত বুলেট চলালে অভিনেত্ৰী অমৃতাই ৷ অহা ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া “প্ৰতিঘাত” ছবিখনৰ প্ৰচাৰ চলাবৰ বাবে বঙাইগাওঁত উপস্থিত হয় অমৃতা গগৈৰ লগতে প্ৰতিঘাতৰ কলা-কুশলী ৷ অমৃতাৰ লগতে অভিনেতা পদ্মৰাগ গোস্বামী,অভিনেত্ৰী জ্বলী লস্কৰ,গায়ক দিক্ষুয়ে অংশ লয় এই প্ৰচাৰ অভিযানত ৷
বঙাইগাঁৱত বাইকাৰ্ছৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ - জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ
বঙাইগাঁৱত প্ৰতিঘাত চিনেমাৰ প্ৰচাৰ চলাবলৈ আহি ৰাজপথত বুলেট চলালে অভিনেত্ৰী অমৃতাই ৷ অহা ৬ ডিচেম্বৰত মুক্তিপাবলগীয়া “প্ৰতিঘাত” ছবিখনৰ প্ৰচাৰ চলাবৰ বাবে বঙাইগাওঁত উপস্থিত হয় অমৃতা গগৈৰ লগতে প্ৰতিঘাতৰ কলা-কুশলী ৷
![বঙাইগাঁৱত বাইকাৰ্ছৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ amrita gogoi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5216737-thumbnail-3x2-a.jpg)
জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ
বাইকাৰ্ছৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ