বঙাইগাঁও,25জুনঃবঙাইগাঁও জিলাৰ মেধাৱী ছাত্ৰী অজশ্বেতা বশিষ্ঠ গোস্বামীয়ে 467 নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ নৱম স্থান প্ৰাপ্ত ছাত্ৰী অজশ্বেতাৰ মন এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ৷
নৱম স্থানত উজলিল বঙাইগাঁৱৰ অজশ্বেতা - 467 নম্বৰ লাভ বঙাইগাঁৱৰ অজশ্বেতাৰ
প্ৰশাসনিক বিষয়া হোৱাৰ মন নৱম স্থান প্ৰাপ্ত অজশ্বেতা বশিষ্ঠ গোস্বামীৰ ৷

নৱম স্থানত উজলিল বঙাইগাঁৱৰ অজশ্বেতা
নৱম স্থানত উজলিল বঙাইগাঁৱৰ অজশ্বেতা
বঙাইগাঁও বৰপাৰাৰ বাসিন্দা তথা জলসিঞ্চন বিভাগৰ কনিষ্ঠ অভিযন্তা হিৰণ্য গোস্বামী আৰু প্ৰণিতা গোস্বামীৰ জীয়ৰী অজশ্বেতা বশিষ্ঠ গোস্বামীৰ এই সফলতাই পৰিয়ালৰ লগতে আনন্দিত কৰি তুলিছে শিক্ষক-শিক্ষয়ত্ৰী সকলক ৷
লগতে পঢ়কঃকলা শাখাৰ তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ