অসম

assam

ETV Bharat / state

CAB বাতিলৰ দাবীত ঈশ্বৰক প্ৰাৰ্থনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

সৰ্বানন্দ-হিমন্ত নিপাত যাওঁক শ্ল'গানেৰে বিধায়ক বাতিলৰ দাবী

Breaking News

By

Published : Feb 13, 2019, 3:05 PM IST


বঙাইগাঁও, ১৩ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বঙাইগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ব্যতিক্ৰমী প্ৰতিবাদ। বিধায়ক বাতিলৰ দাবীত ৰাজপথত অদৃষ্টজনক প্ৰাৰ্থনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

bongaigaon
সমূখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধেয়কৰ প্ৰতিলিপি লৈ ৰাজপথৰ মাজতে প্ৰাৰ্থনাত বহে প্ৰতিবাদকাৰী সকল। সৰ্বানন্দ-হিমন্ত নিপাত যাওঁক ইত্যাদি শ্ল'গানেৰে বিধায়ক বাতিল কৰিবলৈ ব্যতিক্ৰমী ধৰণেৰে প্ৰতিবাদী প্ৰাৰ্থনাত মগ্ন হয় প্ৰতিবাদকাৰীৰ দলটো।

ABOUT THE AUTHOR

...view details