অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস - অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস
অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ৷
![অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4219115-thumbnail-3x2-abhaya.jpg)
অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস
অভয়াপুৰী,23আগষ্টঃ বৃহস্পতিবাৰে অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে পালন কৰা হয় ৷ অধিনায়ক অজাগৰণ বসুমতাৰীয়ে প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰাৰ পাচতে জোৱান সকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি বাহিনীৰ পথাৰত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত অঞ্চলটোৰ বহু লোক উপস্থিত থাকে ৷
অষ্টম অসম আৰক্ষী বাহিনীৰ ৫৪ তম প্ৰতিষ্ঠা দিৱস