অসম

assam

ETV Bharat / state

অসমৰ সকলো মথাউৰি জল সম্পদ বিভাগৰ নহয় : কেশৱ মহন্ত - বিশ্বনাথ ঘাট

বিশ্বনাথত ঘাটত উপস্থিত হৈ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই এই মন্তব্য কৰে ।

অসমৰ সকলো মাথাউৰি জল সম্পদ বিভাগৰ নহয়!

By

Published : Jul 18, 2019, 11:07 AM IST

বিশ্বনাথ ,১৮ জুলাই :বৃহস্পতিবাৰে পুৱা বিশ্বনাথ ঘাটত উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত । বিশ্বনাথত উপস্থিত হৈ প্ৰথমে তেওঁ মন্দিৰত সেৱা আগবঢ়াই আৰু জিলা খনৰ গৰাখহনীয়া সমস্যাৰ বুজ লৈ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ।

অসমৰ সকলো মাথাউৰি জল সম্পদ বিভাগৰ নহয়!

আনহাতে অসমৰ সকলো মথাউৰি জল সম্পদ বিভাগৰ নহয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । লগতে আজি দিনযোৰা কাৰ্যসূচীৰে বিহালী, গহপুৰ আদি বান পীড়িত আৰু গৰাখহনীয়া অঞ্চলৰ সমূহ পৰিদৰ্শন কৰিব ‌উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details