অসম

assam

By

Published : Apr 14, 2021, 2:12 PM IST

ETV Bharat / state

পৰম্পৰাগতভাৱে বিশ্বনাথবাসীয়ে উদযাপন কৰিলে গৰু বিহু

গৰুৰ গাত মাহ হালধি সানি 'লাও খা বেঙেনা খা ,বছৰে বছৰে বাঢ়ি যা' বুলি কুশল-মংগল কামনা কৰি বিশ্বনাথবাসীয়েও উদযাপন কৰিলে গৰু বিহু ৷

পৰম্পৰাগতভাৱে বিশ্বনাথবাসীয়ে উদযাপন কৰিলে গৰু বিহু
পৰম্পৰাগতভাৱে বিশ্বনাথবাসীয়ে উদযাপন কৰিলে গৰু বিহু

বিশ্বনাথ,14 এপ্ৰিল: অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষাৰে কাহিলী পুৱাতে উঠি গৰুক গা ধুৱাই ৰাজ্যবাসীয়ে উদযাপন কৰিলে গৰু বিহু। এদিন আগলৈকে গৰুলৈ তৰাৰ পঘা, বাঁহৰ চাক বনোৱাত ব্যস্ত থকা চহা কৃষিজীৱি অসমীয়াই পালন কৰিলে অসমীয়াৰ আবেগ ৰঙালী বিহুটি ৷ গৰুৰ গাত মাহ হালধি সানি 'লাও খা বেঙেনা খা ,বছৰে বছৰে বাঢ়ি যা' বুলি কুশল-মংগল কামনা কৰি বিশ্বনাথবাসীয়েও উদযাপন কৰিলে গৰু বিহু ৷ গৰু বিহু উপলক্ষে বিশ্বনাথবাসীৰ মাজতো দেখা গ’ল পাৰ ভঙা উছাহ ৷ সকলোৱে নিজ নিজ গোধনক নোৱাই ধুৱাই আনন্দ ফূৰ্তি কৰিলে সকলোৱে ৷

পৰম্পৰাগতভাৱে বিশ্বনাথবাসীয়ে উদযাপন কৰিলে গৰু বিহু

ABOUT THE AUTHOR

...view details