Earthquake in Nepal and Delhi: কঁপি উঠিল নেপাল-দিল্লী, 6 জনৰ মৃত্যু
পুনৰ ভূমিকম্পৰ জোকাৰণি চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ লগতে ভাৰতৰ ৰাজধানী নতুন দিল্লীত (Earthquake in Nepal and Delhi) ৷ নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প কেন্দ্ৰই জনোৱা মতে, নেপালৰ সুদূৰ পশ্চিম অঞ্চলৰ ডোটি জিলাত মঙলবাৰে নিশা 9:07 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল প্ৰায় 5.2 ৰিখটাৰ স্কেল ৷ ইফালে, নতুন দিল্লীত বুধবাৰে পুৱতি নিশা প্ৰায় 1:57 বজাত অহা ভূমিকম্পৰ প্ৰাৱল্য আছিল প্ৰায় 6.3 ৰিখটাৰ স্কেল ৷
MHA annual report: 2021-22 বৰ্ষত জম্মু কাশ্মীৰত অনুপ্ৰৱেশৰ প্ৰচেষ্টা সৰ্বনিম্ন
২০২১ চনত আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখা জম্মু আৰু কাশ্মীৰৰ মাজেৰে অনুপ্ৰৱেশৰ প্ৰচেষ্টা সৰ্বনিম্ন (Infiltration attempts in Jammu Kashmir)৷ সোমবাৰে গৃহ মন্ত্ৰালয়ৰ ২০২১-২২ বৰ্ষৰ বাৰ্ষিক (Home Ministrys annual report) প্ৰতিবেদনত প্ৰকাশ হৈছে এই তথ্য ৷
DAC poll 2022: 79.99 শতাংশ ভোট দানেৰে অন্ত পৰিল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ ৰাজ্যৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথসহ মুঠ আঠ খন জিলাত বৃস্তিত হৈ আছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ 22 টা পৰিষদীয় সমষ্টি ৷ অহা 10 নৱেম্বৰত হ’ব ভোট গণনা (DAC vote counting date) ৷
Dogs killed by mixing poison with food: মাংসৰ লগত বিহ মিহলাই 16 টা কুকুৰক হত্যা
সৰভোগত নৃশংস ঘটনা ৷ ছাগলীৰ পেলনীয়া মাংসত বিহ মিহলাই বজাৰত ঘূৰি ফুৰা ১৬ টাকৈ কুকুৰক সেই মাংস খুৱাই হত্যা কৰা হৈছে (16 dogs killed by mixing poison with meat)৷ ইতিমধ্যে এই অমানৱীয় ঘটনাৰ সন্দৰ্ভত সৰভোগ আৰক্ষী থানাত এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে দাখিল কৰিছে এজাহাৰ ৷
Six years after demonetisation: পুঁজিপতিৰ হাতত সম্পদ গটাই দিয়াটোৱে আছিল বিমুদ্ৰাকৰণৰ মূল উদ্দেশ্য
বিমুদ্ৰাকৰণৰ ছয় বছৰ সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট ট্ৰেড ইউনিয়ন নেতা তথা সদৌ ভাৰত বীমা পেঞ্চনাৰ্চ সমিতিৰ সভাপতি তথা জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়ন অসমৰ প্ৰাক্তন যুটীয়া আহ্বায়ক শতঞ্জীৱ দাসে ব্যক্ত কৰিলে বহুকেইটা দিশ (Six years after demonetisation) । এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ।