কোকৰাঝাৰৰ বেদলাংমাৰী বজাৰত অগ্নিকাণ্ড : প্ৰায় ১০ লাখ টকাৰ সম্পত্তি বিনষ্ট
কোকৰাঝাৰত ভয়ংকৰ অগ্নিকাণ্ড (Massive Fire broke out at Kokrajhar) ৷ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সঠিক কাৰণ ৷
নেহৰু ষ্টেডিয়ামত ফুটবল খেল উপভােগ কৰিলে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অসম ফুটবল সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থা তথা অন্যান্য ক্ৰীড়া সন্থাৰ সহযোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত এখন প্ৰদর্শনীমূলক ফুটবল খেল উপভোগ কৰাৰ লগতে বিজয়ী আৰু বিজিত দলক আনুষ্ঠানিকভাৱে ট্ৰফী প্ৰদান কৰে (Himanta Biswa Sarma at Nehru Stadium)৷
পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে দুই বিৰোধী আঞ্চলিক ৰাজনৈতিক দলৰ মাজত ফাঁট
পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে দুই বিৰোধী আঞ্চলিক ৰাজনৈতিক দলৰ মাজত ফাঁট (Council elections in Karbi Anglong) ৷ এএছিচি দল অৰাজনৈতিক সংগঠন জেচিচিপিৰে বিলীন হৈছে বুলি জন ইংতি কাথাৰৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এএছডিচি দলৰ সভাপতি চন্দ্ৰ কান্ত তেৰাঙে এক সংবাদমেল আয়োজন কৰে ৷
গুৱাহাটীত প্ৰথমবাৰৰ বাবে দহদিনীয়া কাৰ্যসূচীৰে 'হু'নৰ হাট'
উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে 'হু'নৰ হাট' (First time in North East)। গুৱাহাটীৰ খানাপাৰাস্থ খেলপথাৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই হু'নৰ হাট অৰ্থাৎ প্ৰতিভাধৰৰ বজাৰ শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব(Himanta Biswa Sharma to officially inaugurated Hunar haat) ।
নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে সৰৱ উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱা
পাঞ্জাৱত শোচনীয় পৰাজয় কংগ্ৰেছ দলৰ (Congress party defeats Punjab assembly elections)। ইয়াৰ পাছতে কংগ্ৰেছৰ আন্তঃকন্দল আৰম্ভ । দলৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে জাঙুৰ খাই উঠে উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱা । সিদ্ধুৰ বিৰুদ্ধে দলীয় নিয়ম উলংঘনৰ অভিযোগ ৰান্ধৱাৰ ।