Brother of Arunachal MP rescued in Guwahati: পানবজাৰত উদ্ধাৰ সাংসদ তাপিৰ গাৱৰ ভ্ৰাতৃ
অৱশেষত উদ্ধাৰ হ'ল অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ নিৰুদ্দেশ হৈ থকা ভ্ৰাতৃ(Brother of Arunachal MP rescued in Guwahati)। পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ পৰা তাহং গাৱক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে সদৰি কৰিছে।
Ghost at Uttakhand school : মাটিত বাগৰি বাগৰি কান্দিছে ছাত্ৰীয়ে, বটলে বটলে বেজে ছটিয়াইছে পানী
শ্মশান বা ভূত বাংলাত নহয়, এইবাৰ ভূতে বাহৰ পাতিছে বিদ্যালয়ত (Ghost at school) ৷ অশুভ শক্তিৰ প্ৰকোপত এখন বিদ্যালয় বহু ছাত্ৰীয়ে কৰিছে অস্বাভাৱিক আচৰণ ৷ কোনোৱে কান্দিছে, কোনোৱে চিঞৰিছে, আনকি আন কোনোৱে আকৌ নিজে নিজকে আঘাত কৰিছে ৷ পিছে ক’ত সংঘটিত হৈছে এই ঘটনা ? সবিশেষ এই বাতৰিত...
Ujjwal Bharat Ujjwal Bhavishya: দৰঙৰ হিতাধিকাৰীক উদ্দেশ্যি ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীৰ ভাষণ
সমগ্ৰ দেশতে চলি থকা বিজুলী মহোৎসৱৰ(Bijli Mahotsav) অংশ হিচাবে উজ্জ্বল ভাৰত, উজ্জ্বল ভৱিষ্যৎ অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi participates in Ujjwal Bharat Ujjwal Bhavishya programme) ৷ সমগ্ৰ দেশৰ শক্তিখণ্ডৰ হিতাধিকাৰীসকলৰ উদ্দেশ্য ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ প্ৰদান কৰে প্ৰধামন্ত্ৰীগৰাকীয়ে ৷ অসমৰো দুখন জিলাৰ হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷
Pension Service Centre in Assam : লখিমপুৰত পেঞ্চন সেৱা কেন্দ্র উদ্বোধন মন্ত্রী সঞ্জয় কিষাণৰ
অৱসৰী শিক্ষকৰ সমস্যা সমাধান হোৱাৰ পথত। ৰাজ্যৰ সাতাইশ খন জিলাত মুকলি হল পেন্সন সেৱা কেন্দ্র (27 Pension service centres inaugurated in Assam)। দীৰ্ঘদিন ধৰি অৱসৰৰ পাছত পেন্সন লাভ ৰ ক্ষেত্র ত শিক্ষক সকলে ভোগ কৰি অহা সমস্যা দুৰ কৰাৰ বাবে ৰাজ্যৰ ২৭ খন জিলাত পেন্সন সেৱা কেন্দ্র মুকলি কৰা হয়।
Brahmaputra river bank development : গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়নৰ কাম আৰম্ভ
স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত গুৱাহাটী আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ উন্নয়নৰ কাম আৰম্ভ (Brahmaputra river bank development work start)। দায়িত্বত থকা প্ৰতিষ্ঠানে ইতিমধ্যে ভূমি জৰীপ কৰিছে । উজান বজাৰৰ নতুন উপায়ুক্তৰ বাসভৱনৰ পৰা কাছাৰীঘাটলৈ ব্ৰহ্মপুত্ৰ পাৰৰ উন্নয়ন কৰা হ'ব । পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলা হ'ব ব্ৰহ্মপুত্ৰৰ পাৰ ।