মিজোৰামত NIAৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী
মিজোৰামত NIAৰ সফল অভিযান । ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ নামত সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰে অভিযানকাৰী দলটোৱে (Explosives seized in NIA raid in Mizoram)। শুকুৰবাৰে মিজোৰামৰ আইজল, চম্ফাই আৰু কোলাচিব জিলাত চলিছিল এই অভিযান ।
হোজাইত প্ৰায় ছয় কোটি মূল্যৰ ড্ৰাগছ দাহ কৰে আৰক্ষীয়ে
আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস (International Anti Drug Day) ৷ সেয়ে হোজাই আৰক্ষীয়ে জ্বলালে জব্দকৃত ড্ৰাগছৰ লগতে আন আন নিচাজাতীয় সামগ্ৰী (Hojai Police burnt drugs and other narcotic items) । এই নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য আছিল প্ৰায় 6 কোটি টকা ।
ৰাইজে মেৰামতি কৰিলে বানত বিধ্বস্ত পথ
বছৰটোৰ দ্বিতীয়টো বানে বিধ্বস্ত কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্ত(Flood in Assam 2022) । ঘৰ-দুৱাৰৰ লগতে বাট-পথৰো বিস্তৰ ক্ষতিসাধন বিধ্বংসী বানত(Damage caused by floods in Nalbari) । পানী শুকাইছে যদিও বানে খহাই নিয়া পথেৰ যাতায়ত কৰাত অসুবিধাৰ সন্মুখীন হৈছে বিভিন্ন প্ৰান্তৰ ৰাইজ । সেয়ে চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই পশ্চিম নলবাৰীত বানে বিধস্ত কৰা পথ মেৰামতি কৰিলে স্থানীয় ৰাইজে(People repair flood ravaged roads) ।
নগাঁৱত আৰক্ষীয়ে জ্বলালে জব্দকৃত ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী
আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস(International Anti Drug Day) । এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ভিন্ন কাৰ্যসূচী । সমান্তৰালভাৱে নগাঁৱতো আন্তৰ্জাতিক ড্ৰাগছবিৰোধী দিৱসৰ লগত সংগতি ৰাখি আৰক্ষীয়ে দাহন কৰিলে ভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী (Drug burning seized by Nagaon police) ।
যোৰহাটত জ্বলিল তিনি কোটিৰো অধিক মূল্যৰ নিচাযুক্ত দ্ৰব্য
আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসৰ (International Anti Drug Day) দিনাই যোৰহাটত ড্ৰাগছৰ প্ৰচলন, সৰবৰাহ আদিৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে হাতত লয় বিভিন্ন কাৰ্যসূচী ৷ ইয়াৰ ভিতৰত জিলাখনৰ বিভিন্ন স্থানত বিগত 2/3 বছৰত জব্দ হোৱা তিনি কোটিৰো অধিক মূল্যৰ বিভিন্ন নিচাযুক্ত দ্ৰব্য দাহ কৰা হয় (Jorhat police burned huge amount of narcotics)। দেওবাৰে পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন ভিতৰুৱা পথাৰত দাহ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছিল হেৰ'ইন, গাঞ্জা, কফ চিৰাপ আদি ।