Felicitation of 2000 meritorious students : চাংসাৰিত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ
জালুকবাৰী সমষ্টিৰ ২০০০ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ । মুখ্যমন্ত্ৰীৰ ঘোষণা- অহা বছৰ গুৱাহাটীৰ এইমছত চিকিৎসা সেৱা আৰম্ভ হ'ব (Assam CM new announcement)। জাপান চৰকাৰে অসমৰ পৰা ৫ হাজাৰ নাৰ্ছ বিচাৰিছে । গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং অহা বছৰ মুকলি হ'ব ।
MLA office in each constituency: সমষ্টিয়ে সমষ্টিয়ে নিৰ্মাণ হ’ব বিধায়কৰ কাৰ্যালয়
ঋণৰ ওপৰত নির্ভৰ কৰা চৰকাৰখনে এইবাৰ প্ৰতিখন জিলাতে প্ৰতিটো সমষ্টিৰ বিধায়কৰ বাবে নিৰ্মাণ কৰিব কাৰ্যালয়(offices for each constituency MLA) । বিধায়কৰ কাৰ্যালয়ৰ বাবে এবিঘাকৈ মাটি বিচাৰি ৰাজহ বিভাগক প্ৰস্তাৱ বিধানসভা সচিবালয়ৰ প্ৰধান সচিবৰ(Offices will be built for each constituency MLA in each district)। সকলো জিলা উপায়ুক্তক এবিঘাকৈ মাটি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি । বিধায়কৰ কাৰ্যালয়ত নিয়োজিত ঠিকাভিত্তিক কৰ্মচাৰীৰ দৰমহা দিব বিধানসভা সচিবালয়ে ।
Medical call cemters in Karbi Anglong: প্ৰসূতি মহিলা-ৰুগীয়া শিশুৰ বাবে কল চেন্টাৰ মুকলি
প্ৰসূতি মহিলা আৰু ৰুগীয়া শিশুৰ ট্ৰেকিং আৰু চিকিৎসাৰ বাবে কাৰ্বি আংলঙত মুকলি কৰা হৈছে কল চেন্টাৰ(Call centers for maternity women and sick children in Karbi Anglong) ৷
Gauhati University Ragging Case: ৰেগিঙৰ অভিযোগক লৈ চৰ্চাত গুৱাহাটী বিশ্ববিদ্যালয়
৯ মাহ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি-৩ হোষ্টেলত ৰেগিংকাণ্ড সংঘটিত হোৱাৰ অভিযোগ ভুক্তভোগী হজৰত আলীৰ। নিশা সুৰা পান কৰি চুপাৰ ছিনিয়ৰে কৰা প্ৰহাৰত এখন কাণৰ পৰ্দা ফাটি গৈছিল ৷ আজিও নাই এখন কানৰ শ্ৰৱণ শক্তি। ৰেগিঙৰ ঘটনাটো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গাপ দি ৰখাৰ অভিযোগ ছাত্ৰজনৰ(Gauhati University Ragging Case)। হজৰত আলীৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে হোষ্টেলটোৰ আৱাসীয়ে ৷
Majuli Connecting Bridge : মাজুলী-লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন ৰণোজ পেগুৰ
মাজুলীক বহিঃবিশ্বৰ লগত আৰু দুখন দলঙেৰে সংযোগ কৰা হ’ব ৷ প্ৰায় ৭২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব দলং দুখন (Majuli Connecting Bridge)৷