Bhupen Hazarika death anniversary: সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত চৰকাৰলৈ কেতবোৰ প্ৰশ্ন আছুৰ
গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত আছুৰ উদ্যোগত ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন (AASU observed Bhupen Hazarika death anniversary)। চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা আছু নেতৃত্বৰ । কেতিয়া হ'ব ভূপেন হাজৰিকাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ কামবোৰ ? গুৱাহাটী ৰে'ল ষ্টেচন আৰু টাৰ্মিনাচ কেতিয়া ভূপেন হাজৰিকাৰ নামত কৰা হ'ব ? পাঠ্যপুথিত কেতিয়া অন্তৰ্ভুক্ত হ'ব ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি ? ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ গৱেষণাৰ বাবে বিশ্ববিদ্যালয়সমূহত আসন প্ৰতিষ্ঠাৰ বাবে পুনৰ দাবী জনালে আছুৱে ।
Severe draught in East Africa : খৰাং পৰিস্থিতিৰ বাবে কেনিয়াত শ শ বন্য জন্তুৰ মৃত্যু
পূৱ আফ্ৰিকাৰ কেনিয়াকে ধৰি কেইবাটাও অঞ্চলত ভয়ংকৰ পৰিস্থিতি । খৰাং বতৰৰ বাবে শ শ বন্য জীৱ-জন্তুৰ মৃত্যু (Hundreds of animals die in Kenya)। বিলুপ্তপ্ৰায় যোৱা ৯ টা মাহত ৪৯ টাকৈ গ্ৰেভিছ জেব্ৰাৰ মৃত্যু ।
Youth arrested for allegedly rape teenager: কিশোৰী ধৰ্ষণৰ অভিযোগত যুৱক আটক
ফুৰাবলৈ নিয়াৰ চলেৰে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ জঘন্য অভিযোগ উত্থাপিত হৈছে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি কিশোৰী ধৰ্ষণ কৰাৰ অপৰাধত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰে (Youth arrested for allegedly rape teenager)৷
Raas Festival 2022: সত্ৰনগৰী মাজুলী উখল-মাখল
শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাত্ৰ এটা দিন বাকী । ৰাজ্যৰ চৌদিশে এতিয়া ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে (Preparation for Raas Leela in Assam)। মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে সত্ৰনগৰীত ।
Sankardev Sangha conference: সোণাৰিৰ সাপেখাতীত শংকৰদেৱ সংঘৰ সমাৰোহ
চৰাইদেউ জিলাৰ সাপেখাতীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ (Sankardev Sangha conference)। শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী উপলক্ষে উখল মাখল পৰিৱেশ । পুৱাই উলিওৱা হয় ভাগৱত শোভাযাত্ৰা ।