COVID Symptoms : 8 জনৰ ভিতৰত এজন ৰোগীৰ দীঘলীয়া ক'ভিড লক্ষণ বিকশিত হয়
নেডাৰলেণ্ডৰ গ্ৰোনিঙেন বিশ্ববিদ্যালয়ৰ অধ্যাপক জুডিথ ৰোচমালেনে কয় (University of Groningen in Netherlands), "ক'ভিড-১৯ ৰোগৰ পিছত কিছুমান ৰোগীয়ে অনুভৱ কৰা দীৰ্ঘম্যাদী লক্ষণবোৰৰ পৰিমাণ আৰু পৰিসৰ অৱগত কৰা তথ্যৰ আৱশ্যকতা আছে’’ ।
India Ki Udaan: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে গুগলৰ ইণ্ডিয়া কি উড়ান আঁচনি মুকলি
স্বাধীনতা দিৱসৰ উপলক্ষে শুকুৰবাৰে গুগলে ' ইণ্ডিয়া কি উড়ান' আঁচনি মুকলি কৰে ৷ গুগল আৰ্টছ এণ্ড কালচাৰে সম্পাদনা কৰা এই প্ৰকল্পটো 'ইণ্ডিয়া কি উড়ান' নামৰ প্ৰকল্পটো যোৱা 75 বছৰত ভাৰতৰ অটল আৰু অদম্য মনোভাৱৰ ওপৰত আধাৰিত (Google launches India Ki Udaan)৷
Attack on journalist home: দুলীয়াজানৰ সাংবাদিকৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ
এইবাৰ দুস্কৃতিকাৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল সাংবাদিক । দুলীয়াজানৰ সাংবাদিক প্ৰণৱজিৎ বড়াৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ (Miscreants attack journalist home) । গাড়ী আৰু মটৰ চাইকেলত অহা এটা দুস্কৃতিকাৰী দলে সাংবাদিক গৰাকীৰ বাসগৃহত প্ৰৱেশৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয় ।
Damage road in Guwahati: অসাৰ হ’ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি
স্মাৰ্ট চিটিৰ ফোপোলাস্বৰূপ উদঙাইছে গুৱাহাটী মহানগৰীৰ বিধ্বস্ত বাট-পথে(Devastated roads of Guwahati city) । অসাৰ প্ৰতিপন্ন হ'ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি । কেবাটাও জৰাজীৰ্ণ পথে জলা-কলা খুৱাইছে মহানগৰবাসীক (Damage road in Guwahati) ।
National flag distribution: আমগুৰিত অগপৰ উদ্যোগত জাতীয় পতাকা বিতৰণ
ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ'ৰ(Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে(Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শিৱসাগৰতো অগপই বিতৰণ কৰিলে ত্ৰিৰংগা(National flag distribute in Amguri) ।