Climate change action plan: চৰকাৰ ব্যৰ্থ জলবায়ু পৰিবৰ্তনৰ মোকাবিলাত
জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৰ্থ হোৱাৰ তথ্য পোহৰললৈ আহিছে । উল্লেখ্য যে জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে আছাম ষ্টেট এক্চন প্লেন অন ক্লাইমেট চেঞ্জ (Assam State Action Plan on Climate Change 2015-2020) চমুকৈ এছ পি এ চি চি শীৰ্ষক জলবায়ু পৰিবর্তন সম্পৰ্কীয় এক্চন প্লেন প্রস্তুত কৰিছিল যদিও সাত বছৰ ধৰি চৰকাৰী ফাইলতে আবদ্ধ হৈ আছে ।
Land dispute: ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি, মৰিয়াই মৰিয়াই হত্যা কৰিলে ভাতৃক
গোৱালপাৰাত ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি ৷ জ্যেষ্ঠ ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে কণিষ্ঠ ভাতৃক (Elder brother kills younger brother)৷
CAA Protest: শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ অখিল গগৈ
"কা আন্দোলনৰ সময়ত অসমৰ বিভিন্ন জিলাত মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল (CAA Protest)৷ 2019 চনৰ 11 ডিচেম্বৰ তাৰিখৰ দিনা আমি বিভিন্ন সংগঠনে ঐক্যবদ্ধ হৈ নাগৰিকত্ব সংশোধনী আইন 2019 ৰ বিৰুদ্ধে এটা বিশাল সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যলয়লৈ গৈছিলো (Sivasagar DC) ৷
Mechanized boat: বৰপেটাৰ কান্দাপাৰাত যন্ত্ৰচালিত নাৱেৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ
জনীয়া সমষ্টিৰ অন্তৰ্গত কান্দাপাৰাত থকা কাঠৰ দলং বানপানীত উটি যোৱাৰ ফলত হাৰাশাস্তি ৰাইজৰ । বিপদসংকুলভাৱে যন্ত্ৰচালিত নাৱেৰে নিতৌ যাত্ৰা কৰিছে ছাত্ৰ-ছাত্ৰীয়ে (Students travelling by dangerously mechanized boat)। অতি শীঘ্ৰে দলং নিৰ্মাণৰ দাবী ৰাইজৰ ।
Manikpur Child Patient: আমাক সহায় কৰক... পুত্ৰৰ প্ৰাণভিক্ষা বিচাৰি অসহায় মাতৃৰ কাতৰ অনুৰোধ
"আমাক সহায় কৰক, আমাৰ জীৱিকাৰ যি পথ আছিল সেয়াও মাৰ যাওঁ যাওঁ ৷ আমাৰ যিমান মাটি-বাৰী আছিল সকলো বিক্ৰী কৰি দিলো ৷" পুত্ৰৰ প্ৰাণভিক্ষা খুজি এগৰাকী মাতৃয়ে কান্দি উঠিলে কেমেৰাৰ সন্মুখত ( Manikpur Child Patient) ৷