Eighth Falcon Festival in Umrangshu : ডিমা হাছাও জিলাত তিনিদিনীয়াকৈ আয়েজিত ফেলকণ মহোৎসৱ
অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাবে পৰিচিত তথা হাফলংৰ পৰা 140 কিলোমিটাৰ দূৰত্বত অৱস্থিত উমৰাংচুত অষ্টম ফেলকণ মহোৎসৱ আৰম্ভ (Eighth Falcon Festival in Umrangshu) । বৃহস্পতিবাৰ সন্ধিয়া উমৰাংচু তুংবুং গলফ কোর্সত বন্তি প্ৰজ্বলন কৰি ফেলকণ মহোৎসৱৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই (North cacher Hill Autonomous Council)।
Press meet of BDO: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীৰ সংবাদমেল
আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আগতেই ঘৰ সম্পূৰ্ণ কৰাৰ আহ্বান ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীৰ (Press meet of BDO Nabaratna Patowary) ৷
Groom Demand Dowry : উকা দলিলত চহী কৰাৰ চৰ্ত দি দৰা নাহিল বিয়া পাতিবলৈ !
খবৰ আহিল দৰা নাহে বিয়া পাতিব (groom refused to marry) । অৱশ্যে একেষাৰে নাহোঁ বুলিও নক'লে । আহিব, কিন্তু নিৰ্দিষ্ট চৰ্তত । চৰ্ত পূৰণ নকৰিলে বিয়াত নবহে দৰা ।
Assam Police strict regulation: ষ্টান্ট কৰা বাইক চালকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী
উদণ্ড বাইক চালকক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে আৰক্ষীয়ে। বাইক ষ্টাণ্টৰ কেইবাটাও ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে বিশেষভাৱে সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী (Assam Police strict regulation on bike stunting)। ষ্টান্ট বাইকিঙত লিপ্ত যিকোনো ঠাই বা ব্যক্তিৰ বিষয়ে ডাইৰেক্ট মেচেজ কৰিবলৈ ৰাইজক আহ্বান অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ।
Wife cheated Husband : গোহালিত অসৎ কাৰ্যত লিপ্ত হৈ থকা মহিলাক ৰাইজে লগালে লপা-থপা
ৰহাৰ দীঘলীআটিত অঘটন (Wife cheated Husband ) ৷ স্বামীৰ অনুপস্থিতিত পৰপুৰুষৰ লগত গোহালিত সোমাই থাকোতেই হাতে লোটে ধৰিলে স্বামীয়ে (Women cheated husband in cowshed ) ৷ মহিলাগৰাকীৰ স্বামী ৰহাৰ এখন শিক্ষানুষ্ঠানৰ নৈশ চকীদাৰ ৷ নিশা স্বামী কৰ্তব্যলৈ ওলাই অহাৰ পিচতে নিজ ঘৰতে পৰপুৰুষক আমন্ত্ৰণ কৰি অসৎ কৰ্মত লিপ্ত হয় পত্নী ৷