Kargil Vijay Diwas 2022: খুমটাইত ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস উদযাপন
প্ৰতিবছৰে ২৬ জুলাইৰ দিনটো দেশজুৰি কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয় (Kargil Vijay Diwas in India)। এই দিনটোতে ভাৰতীয় সেনাই শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সেনাৰ বিৰুদ্ধে "অপাৰেচন বিজয়"ৰ সফল সমাপ্তি ঘোষণা কৰিছিল । এই যুদ্ধতেই প্ৰাণ হেৰুৱাইছিল বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈয়ে । সমগ্ৰ দেশৰ লগতে খুমটাইতো পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস ।
Truck Falls down from Hill: সামাজিক মাধ্যমত ভাইৰেল হোৱা এক দুৰ্ঘটনা
সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভয়ংকৰ দুৰ্ঘটনা(Truck Falls down from Hill) ৷ চকুৰ সন্মূখতেই পাহাৰৰ পৰা বাগৰি পৰিল এখন ট্ৰাক ৷ ২৫ জুলাই অৰ্থাৎ সোমবাৰে সংঘটিত হয় এই ঘটনা । ঘটনাৰ বিৱৰণ অনুসৰি নাগালেণ্ডৰ মোকোকচাঙত এখন মালবাহী ট্ৰাক দুৰ্ঘটনাত পতিত হয় ।
Elephant attacks: জীৱন মৃত্যুৰে সৈতে যুঁজিছে কেশৱ গগৈয়ে
হাতীৰ আক্ৰমণৰ বলি হৈ জীৱন মৃত্যুৰে যুঁজিব লগা হৈছে তিতাবৰৰ কেশৱ গগৈয়ে ৷ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বিগত প্ৰায় দুমাহে শয্যাশায়ী হৈ আছে দুৰ্ভগীয়া কেশৱ গগৈ । চৰকাৰ তথা প্ৰশাসন ফালৰ পৰা কোনো সাহায্য লাভ নকৰাৰ অভিযোগ ভুক্তভোগীৰ ৷
NEPLTA strike: IOCL কৰ্তৃপক্ষৰ বিৰুদ্ধে চিৰাঙতো ধৰ্মঘট
উত্তৰ-পূৱত LPG ট্রেন্সপ’ৰ্টাৰ এছ’চিয়েশনৰ ধৰ্মঘটৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰিবহণ সেৱা ব্যাহত হৈছে (NEPLTA strike in Chirang)। চিৰাং জিলাতো LPG ট্রেন্সপ’ৰ্টাৰ এছ’চিয়েশনে ধৰ্মঘট অব্যাহত ৰাখিছে । IOCL কৰ্তৃপক্ষই সন্থাক প্ৰৱঞ্চনা কৰাৰ অভিযোগ ।
Eklayva school in Tripura: ত্ৰিপুৰাত নিৰ্মাণকাৰ্য চলি আছে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ: মন্ত্ৰী ৰামপাদা জামাতিয়া
শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ বাবে ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনত আৰম্ভ কৰিছে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ নিৰ্মাণৰ কাম (Eklavya Adarsh Residential School in Tripura)। অনুমোদিত ১৮ খন বিদ্যালয়ৰ ভিতৰত ১০ খনৰ নিৰ্মাণকাৰ্য চলি আছে । জনজাতি সমাজৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ ত্ৰিপুৰা চৰকাৰ ।