Mig-21 crash in Rajasthan: ৰাজস্থানৰ বাৰমেৰত দুৰ্ঘটনাত পতিত মিগ-২১ ৰ দুয়োজন পাইলটৰ মৃত্যু
বৃহস্পতিবাৰে নিশা ৰাজস্থানৰ বাৰমেৰ জিলাত এখন মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ যুঁজাৰু বিমানখনত থকা দুয়োজন পাইলটৰে মৃত্যু হোৱাৰ তথ্য সদৰি কৰিলে ভাৰতীয় বায়ু সেনাই (Two pilots killed in IAF MiG 21 crash)৷
Condom addiction: যুৱক-যুৱতীৰ মাজত কিয় বৃদ্ধি পাইছে সোৱাদযুক্ত কণ্ডমৰ ব্যৱহাৰ !
পশ্চিমবংগৰ দুৰ্গাপুৰত বৃদ্ধি পাইছে সোৱাদযুক্ত কণ্ডমৰ বিক্ৰি ৷ বহু সময়ত ফাৰ্মাচীবোৰত ফ্লেভাৰযুক্ত কণ্ডমৰ ষ্টক শেষ হোৱা পৰ্যায় পায়গৈ (Youths are buying condom to get intoxicated) ৷
Rashtrapatni Remark Row: কংগ্ৰেছী সাংসদ অধীৰ চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ
দেশৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক "ৰাষ্ট্ৰপত্নী" শব্দৰে সম্বোধন কৰা কংগ্ৰেছী সাংসদ অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰিছে মধ্য প্ৰদেশ বিজেপিৰ সদস্যসকলে (FIR filed against Congress MP Adhir Chowdhury) ৷
Assam cabinet decisions: তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান-গণিতৰ মাধ্যম হ’ব ইংৰাজী
কেবিনেটৰ সিদ্ধান্ত অনুসৰি তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিতৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমৰ হ'ব (Assam cabinet decisions for education sector)। কেবিনেটত শিক্ষা বিভাগৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । মাতৃভাষাতে বিদ্যালয় থাকিব যদিও গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পঢ়োৱা হ'ব ।
Broken culvert : ভগ্ন কালভাৰ্টৰ বাবে আমগুৰিত ব্যাহত যাতায়াত ব্যৱস্থা
এটা ভগ্ন কালভাৰ্টক লৈ শংকিত গৌৰীসাগৰ উন্নয়ন খণ্ডৰ কেইবাখনো গাঁৱৰ ৰাইজ (Broken culvert scares Amguri people)। বিগত প্ৰায় ৫ বছৰ ভগ্ন কালভাৰ্টটো মেৰামতি নকৰাৰ অভিযোগ ৰাইজৰ । অতি শীঘ্ৰে কালভাৰ্টটো মেৰামতি কৰাৰ বাবে স্থানীয় বিধায়ক তথা চৰকাৰক আহ্বান ৰাইজ তথা দল-সংগঠনৰ ।