বালিমাহী কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীক পদ্মশ্ৰী সন্মান প্ৰদান
সোমবাৰে বালিমাহী কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আনুষ্ঠানিকভাৱে প্ৰদান কৰে পদ্মশ্ৰী সন্মান (Shakuntala Choudhury honored with Padmashree) ৷ ভাৰতৰ চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বালিমাহী কবিগৰাকী (Padmashree award to poet Dhaneswar Ingti) ৷
Goons attacked farmer: মাটিৰ খাজনা দিব নোৱাৰাৰ বাবেই কৃষকক অত্যাচাৰ
মৈৰাবাৰীত ভূমি বিবাদ(Land Conflict in Moirabari) ৷ দুটা ফৈদৰ মাজত সংঘটিত ভূমিকেন্দ্ৰিক বিবাদ(Land Conflict in Moirabari) ৰ পৰিণতিত আহত হয় কেইবাগৰাকীও লোক ৷ মূলতঃ মাটিৰ খাজনা দিব নোৱাৰাৰ বাবেই গুণ্ডাবাহিনীৰ সহযোগত কৃষকক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন ৷
এন আৰ চিৰ পুনৰীক্ষণ সন্দৰ্ভত আছু আৰু চৰকাৰক তুলা-ধুনা আমছু সভাপতিৰ
এনআৰচি কোনে বিচাৰিছে ? অসম চুক্তি কোনে কৰিছে ? এই প্ৰশ্ন আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ (AAMSU president on NRC reverification) ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন নতুন এনআৰচি প্ৰস্তুত কৰাৰ বিষয়টো উত্থাপন(Cm Himanta Biswa Sarma demand for new NRC) কৰাৰে পৰা জাঙুৰ খাই উঠে আমছুকে ধৰি ৰাজ্যৰ আন আন দল-সংগঠন ৷
AASU protest in Dibrugarh: ডিব্ৰুগড়ত ৰাজপথে ৰাজপথে জ্বলিল যোগান মন্ত্ৰীৰ পুত্তলিকা
অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ নামিল আছু কৰ্মী (AASU protest in Dibrugarh) ৷ ডিব্ৰুগড়ত ৰাজপথে ৰাজপথে জ্বলিল যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা (Minister Ranjit Das' effigy burnt in Dibrugarh)৷
ৰাজ্যসভাৰ যুঁজত বিজয়ক লৈ নিশ্চিত ভূপেন বৰা ; কংগ্ৰেছৰ সভালৈ নাহিল শ্বেৰমান
অসম প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলৰ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাৰ পিছত ৰাজ্য সভাৰ নিৰ্বাচনত এখন আসনত কংগ্ৰেছৰ জয়ী হোৱাটো নিশ্চিত বুলি দাবী ভূপেন বৰাৰ (APCC president Bhupen Borah on Rajyasabha election) ৷ ইপিনে সভালৈ নাহিল বিধায়ক শ্বেৰমান আলী ৷