বিশ্বনাথ,4 মাৰ্চ:মহাজোঁটৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱা পাচতে প্ৰতিবাদমূখৰ হৈ পৰিছে বিহালী সমষ্টি ৷ সমষ্টিটোত একাংশ কংগ্ৰেছ কৰ্মীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি বাঘমাৰীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি বিহালী সমষ্টিত একাংশ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
মহাজোঁটৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাচতে প্ৰতিবাদমূখৰ হৈ পৰিছে বিহালী সমষ্টি ৷ সমষ্টিটোত একাংশ কংগ্ৰেছ কৰ্মীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি বাঘমাৰীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি বিহালী সমষ্টিত একাংশ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
সমষ্টিটোত চিপিআইএমএল দলৰ নেতা বিবেক দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছৰ নেতা প্ৰেমলাল গঞ্জুক টিকট প্ৰদান কৰিবলৈ দাবী জনাই কংগ্ৰেছ কৰ্মীসকলে ৷
লগতে পঢ়ক: দৰঙত কংগ্ৰেছৰ নিমিলা অংক: বিপিএফ, এআইইউডিএফয়ে আনিছে জটিলতা
Last Updated : Mar 5, 2021, 12:25 PM IST