বিশ্বনাথ, 10 ডিচেম্বৰঃবিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকালৈ বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা ৷ মঙলবাৰে দিল্লীৰ ৰাজেন্দ্ৰ প্ৰসাদ ভৱনত অনুষ্ঠিত হোৱা এখন বিশেষ সভাত তেওঁক এই বঁটা প্ৰদান কৰা হয় ৷ সমাজকৰ্মী পৰ্যটনৰ অনুগামী কিশোৰ হাজৰিকাক এই বঁটা প্ৰদান কৰে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মিৰা কুমাৰৰ পুত্ৰই ৷
বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকালৈ বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা - বাবু জগজীৱন ৰাম ভাৰতৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী
বিশ্বনাথৰ সন্তান তথা বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকাই লাভ কৰে বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা ৷
![বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকালৈ বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা Social activist Kishor Hazarika got Babu Jagjiban Ram award](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5334041-thumbnail-3x2-ram.jpg)
বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকালৈ বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটা
উল্লেখ্য যে বাবু জগজীৱন ৰাম ভাৰতৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী আছিল । প্ৰতি বছৰে মিৰা কুমাৰ পৰিয়ালে এই সন্মান বিভিন্ন দেশৰ বিশিষ্ট সমাজকৰ্মী সকলক দি আহিছে তাৰে এই বৰ্ষৰ অসমৰ হৈ বিশ্বনাথৰ সন্তান তথা বিশিষ্ট সমাজ কৰ্মী কিশোৰ হাজৰিকাই লাভ কৰে ।