অসম

assam

By

Published : Mar 2, 2019, 1:44 PM IST

ETV Bharat / state

গহপুৰত অন্ন যোজনা আঁচনিৰ শুভাৰম্ভণি

বিনামূলীয়া চাউল লাভ কৰিব গহপুৰৰ চাহ বাগানৰ লোকে

গহপুৰত অন্ন যোজনা আঁচনিৰ শুভাৰম্ভণি

গহপুৰ, ২ ফেব্ৰুৱাৰীঃ সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনাচমুকৈ (অন্ন)ৰ জৰিয়তে চাহ বাগানত চাউল যোগান ধৰিবলৈ শনিবাৰে গহপুৰত এই আঁচনিৰ শুভাৰম্ভণীকৰে বিধায়ক উৎপল বৰাই । গহপুৰৰ হেলেম সমবায় সমিতিৰ অন্তগৰ্ত ৬ খন পঞ্চায়তৰ মাজত বিধায়কগৰাকীয়ে মুকলি কৰে এই অন্ন আঁচনি ।

গহপুৰত অন্ন যোজনা আঁচনিৰ শুভাৰম্ভণি
এই আঁচনিৰ অধীনত চাহ বাগিচাৰবহু হাজাৰ পৰিয়ালেলাভ কৰিব বিনামূলীয়া চাউল। ইয়াৰ উপৰিও খাদ্য যোজনাৰ অধীনত অন্যান্য হিতাধিকাৰীলৈ প্রতি কেজিত ১ টকা দৰত চাউল যোগান ব্যৱস্থা কৰা কথা উল্লেখ কৰে গহপুৰ বিধায়ক উৎপল বৰাই । উল্লেখ্য যে, এই আঁচনিত ৰাজ্যৰমুঠ ২,৪৮,৮৯,১৮২ হিতাধিকাৰীকসামৰি লোৱা হৈছে ।

ABOUT THE AUTHOR

...view details