বিশ্বনাথ,7 জানুৱাৰীঃসমগ্ৰ ৰাজ্যতে CAAৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিশ্বনাথত বিজেপিয়ে শান্তি সমদল আৰু এখন সভাৰ আয়োজন কৰিছে ৷ বিশ্বনাথ চাৰিআলি কমলাকান্ত ক্ষেত্ৰত বিজেপিয়ে এই শান্তি সমদলৰ প্ৰস্তুতি চলাইছে ৷
বিশ্বনাথত বিজেপি শান্তি সমদলৰ প্ৰস্তুতি - সাংসদ পল্লৱ লোচন দাস
বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত বিজেপিয়ে এক শান্তি সমদল আৰু এখন সভাৰ প্ৰস্তুতি চলাই আছে ৷ সাংসদ পল্লৱ লোচন দাস আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই সভাত 60ৰ পৰা 70 হাজাৰ বিজেপি কৰ্মী উপস্থিত থাকিব উল্লেখ কৰে ৷
শান্তি সমদল
লগতে পঢ়ক - দেশ কঁপোৱা JNU কাণ্ডৰ প্ৰতিবাদ গুৱাহাটীতো