অসম

assam

ETV Bharat / state

বিহালীৰ টেলেঙনীয়াত চেনিটাইজেছন

মঙলবাৰে বিহালীৰ টেলেঙনীয়া গাঁৱত চেনিটাইজেছন ৷ বিধায়ক ৰঞ্জিত দত্তৰ নিৰ্দেশমৰ্মে টেলেঙনীয়া গাঁও পঞ্চায়তে হাতত লয় এই পদক্ষেপ ৷

By

Published : May 20, 2021, 12:38 PM IST

senitisation-at-telengania
টেলেঙনীয়াত চেনিটাইজেশ্বন

বিহালী,20 মে’: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ বিশ্বনাথৰ বিহালীত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ ৷ বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ নিৰ্দেশমৰ্মে মঙলবাৰে টেলেঙনীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী জাহ্নৱী দাসৰ নেতৃত্বত আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহায়ত বিহালী আৰক্ষী থানা, বিহালী প্ৰাথমিক চিকিৎসালয়, লোকপ্ৰিয় হাইস্কুল, ডাকঘৰ, পশু চিকিৎসালয় আদি চেনিটাইজ কৰা হয় ।

বিহালীৰ টেলেঙনীয়াত চেনিটাইজেছন

এই চেনিটাইজেছন কার্যত সহযোগিতা কৰে বিজেপিৰ জ্যেষ্ঠ নেতা ক্ষীৰোদ দাস, অমিয় ৰয়, ৰাতুল দাসকে ধৰি কেইবাজনো বিজেপি কৰ্মীয়ে ৷ অঞ্চলটোত এইদৰে চেনিটাইজ কৰা প্ৰক্ৰিয়াত বিধায়ক ৰঞ্জিত দত্ত আৰু পঞ্চায়ত কৰ্তৃপক্ষক প্ৰশংসা কৰিছে সচেতন লোকে ৷

বিহালীৰ টেলেঙনীয়াত চেনিটাইজেছন

লগতে পঢ়ক :শোণিতপুৰৰ লখৰাত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

ABOUT THE AUTHOR

...view details