অসম

assam

By

Published : Mar 2, 2021, 9:33 PM IST

ETV Bharat / state

নিৰ্বাচনৰ প্ৰাকক্ষণত গহপুৰত জব্দ ৩২লাখ টকা

নিৰ্বাচনৰ প্ৰাকক্ষণত গহপুৰৰ হেলেম থানাত As-07-1891 নম্বৰৰ মাৰুতি ALTO বাহনেৰে লৈ গৈ থাকোতে জব্দ কৰে প্ৰায় 32 লাখ টকা ৷ statics survey team আৰু flying squad ৰ নিৰ্বাচনী বিভাগে গহপুৰত জব্দ কৰা টকা খিনি বিশ্বনাথ চাৰিআলিলৈ লৈ যোৱা হৈছিল বুলি বাহন খনত থকা আলোক কুমাৰ নাথ নামৰ লোকজনে উল্লেখ কৰে ৷

নিৰ্বাচনৰ প্ৰাকক্ষণত গহপুৰত জব্দ ৩২লাখ টকা
নিৰ্বাচনৰ প্ৰাকক্ষণত গহপুৰত জব্দ ৩২লাখ টকা

বিশ্বনাথ,২ মাৰ্চ:নিৰ্বাচনৰ প্ৰাকক্ষণত গহপুৰৰ হেলেম থানাত জব্দ প্ৰায় 32 লাখ টকা ৷ As-07-1891 নম্বৰৰ মাৰুতি ALTO বাহনেৰে লৈ গৈ থাকোতে জব্দ কৰে টকাখিনি ৷ statics survey team আৰু flying squad ৰ নিৰ্বাচনী বিভাগে গহপুৰত জব্দ কৰা টকা খিনি বিশ্বনাথ চাৰিআলিলৈ লৈ যোৱা হৈছিল বুলি বাহন খনত থকা আলোক কুমাৰ নাথ নামৰ লোকজনে উল্লেখ কৰে ৷

নিৰ্বাচনৰ প্ৰাকক্ষণত গহপুৰত জব্দ ৩২লাখ টকা

কিন্তু গাড়ীত থকা গৰাকী আলোক কুমাৰ নাথে জনোৱা অনুসৰি এইয়া ব্ৰয়লাৰ ফ্ৰামৰ টকা ৷ বিশ্বনাথ চাৰিআলিৰ বেংকত জমা থ'বলৈ উক্ত টকাখিনি লৈ আহিছিল যদিও statics survey team আৰু flying squad ৰ নিৰ্বাচনী বিভাগে জব্দ কৰে । সম্প্ৰতি টকাখিনি সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷ তদন্তৰ পাচতে ওলাই পৰিব টকাখিনি প্ৰকৃততে কাৰ ৷

লগতে পঢ়ক:অতিথিশালা ত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী সোণোৱালে !

ABOUT THE AUTHOR

...view details