বিশ্বনাথ, 23 ছেপ্তেম্বৰঃ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰগাংত ভয়াৱহ পথ দুৰ্ঘটনা । পুৱতি নিশা পথৰ ওপৰৰ পৰা সুৰা ভৰ্তি ট্ৰাক খন প্ৰায় ৩০ ফুট তললৈ নদীত বাগৰি পৰে । দুৰ্ঘটনাত পতিত হোৱা ট্ৰাক খনৰ নম্বৰ NL 01AE 2590 । বমডিলাৰ পৰা ইটানগৰলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ট্ৰাকখন ৷ দুৰ্ঘটনাৰ ফলত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন গুৰুত্বৰভাৱে আহত হোৱাত দুয়োকে ততালিলে কেথলিক মিছন হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
30 ফুট তললৈ বাগৰি পৰিল সুৰা ভৰ্তি ট্ৰাক
বমডিলাৰ পৰা ইটানগৰ দিশে গৈ থকা অৱস্থাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰগাংত এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত পতিত হয় সুৰা ভৰ্তি এখন ট্ৰাক ৷
30 ফুট তললৈ বাগৰি পৰিল সুৰ ভৰ্তি ট্ৰাক