বিশ্বনাথত পথ দুৰ্ঘটনা, মৃত্যু 1 - অসম নিউজ
বৃহস্পতিবাৰে পুৱা বিশ্বনাথ আৰক্ষী থানা অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সাধাৰুত সংঘটিত হয় পথ দুৰ্ঘটনা । এখন টাটা চুম'য়ে মহতিয়াই নিয়ে 15 বছৰীয়া এজন কিশোৰ ৷ ফলত থিতাতে নিহত হয় বিনদা কৈৰি নামৰ কিশোৰ গৰাকীক ৷

বিশ্বনাথত পথ দুৰ্ঘটনা, 1 মৃত্যু
বিশ্বনাথ, 27 জুনঃ বিশ্বনাথৰ সাধাৰুত শোকাৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন ৷ বৃহস্পতিবাৰে পুৱা বিশ্বনাথ আৰক্ষী থানা অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সাধাৰুত সংঘটিত হয় পথ দুৰ্ঘটনা ।
বিশ্বনাথত পথ দুৰ্ঘটনা, 1 মৃত্যু