বিশ্বনাথ , ২৬ জানুৱাৰী :সমগ্ৰ দেশৰ লগতে বিশ্বনাথটো ৭২ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় । বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্য়োগত আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী । এই কাৰ্যসূচীত পতাকা উত্তোলন কৰে বিশ্বনাথৰ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ।
বিশ্বনাথত গণৰাজ্য দিৱস পালন - পতাকা উত্তোলন কৰে বিশ্বনাথৰ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই
বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্য়োগত আয়োজন কৰা হয় গণ ৰাজ্য দিৱসৰ কাৰ্যসূচী । এই কাৰ্যসূচীত পতাকা উত্তোলন কৰে বিশ্বনাথৰ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ।
বিশ্বনাথত গণৰাজ্য দিৱস পালন
কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন সময়ত সামাজিক কামৰ জৰিয়তে আৰু নিজৰ দক্ষতাৰে জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা কেইগৰাকী ব্যক্তিক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আনহাতে জিলা উপায়ুক্তই ভাষণ প্ৰসংগত বিভিন্ন বিষয়ৰ লগতে বিগত সময়ত জিলাখনত চৰকাৰী আঁচনি জৰিয়তে হোৱা উন্নয়নৰ বিৱৰণ দাঙি ধৰে ।
লগতে পঢ়ক :যোৰহাটত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন