বিশ্বনাথ 24 নৱেম্বৰ :অসম ৰাজনীতিত এক সুকীয়া অধ্যায় ৰচা,অভিজ্ঞ তথা দক্ষ ৰাজনীতিবিদ,স্থিতপ্ৰজ্ঞ নেতা হিচাপে পৰিচিত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অকাল বিয়োগত ৰাজ্য আৰু ৰাষ্ট্ৰৰ এক অপূৰণীয় ক্ষতি বুলি প্ৰকাশ কৰে বিহালী সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ।
দত্তই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাই ৷
তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত,বিবেক দাসৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ জিলাৰ চি পি আই এম এলৰ নেতা বিবেক দাসৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত ম্ৰিয়মান ৰাজ্যবাসী ৷
তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত,বিবেক দাসৰ
লগতে চাওকঃ তৰুণ গগৈৰ মৃত্যু: এটোৱা মুণ্ডাৰ প্ৰতিক্ৰিয়া