অসম

assam

ETV Bharat / state

টেট শিক্ষকৰ বিৰুদ্ধে গহপুৰত শতাধিক লোকৰ প্ৰতিবাদ - প্ৰতিবাদ

প্ৰতিবাদ সাব্যস্ত আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ ৷ বুধবাৰে গহপুৰ হেলেমৰ পুৰণিগেৰাজ প্ৰাথমিক বিদ্যালয়ত শিক্ষাকৰ বিৰুদ্ধে বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে ৷

টেট শিক্ষকৰ বিৰুদ্ধে গহপুৰত শতাধিক লোকৰ প্ৰতিবাদ

By

Published : Mar 7, 2019, 4:36 PM IST

বিশ্বনাথ,৭ মাৰ্চ: শিক্ষকৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল গহপুৰৰ একাংশ ৰাইজ ৷ বুধবাৰে গহপুৰ হেলেমৰ পুৰণিগেৰাজ প্ৰাথমিক বিদ্যালয়ত শিক্ষাকৰ বিৰুদ্ধে বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে ৷

টেট শিক্ষকৰ বিৰুদ্ধে গহপুৰত শতাধিক লোকৰ প্ৰতিবাদ

ৰাইজৰ অভিযোগ অনুসৰি, বিগত কেইবামাহ ধৰি বিদ্যালয়খনত অনুপস্থিত হৈ আছে দুগৰাকীকৈ টেট শিক্ষয়িত্ৰী ।

উল্লেখ্য যে, বিদ্যালয়ত যোগদান কৰাৰে পৰা

সপ্তাহত তিনি-চাৰিদিনকৈহে বিদ্যালয়লৈ আহে শিক্ষয়িত্ৰী দুগৰাকী । মামণি বৰা আৰু নিৰ্মালী শইকীয়া নামৰ এই শিক্ষয়িত্ৰী দুগৰাকী লখিমপুৰ জিলাৰ নাওবৈচাৰ বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details