বিহালীত আটক চোৰাং চিকাৰী - mamail das
আটকাধীন গঁড় চিকাৰীটো বিহালীৰ টেলেঙনীয়াৰ মমিন দাস ওৰফে মমিল দাস বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে
![বিহালীত আটক চোৰাং চিকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4527467-thumbnail-3x2-jdjjjkdc.jpg)
বিহালীত আটক চোৰাং চিকাৰী
বিশ্বনাথ, 23 চেপ্তেম্বৰঃ বিশ্বনাথৰ বিহালীত আটক চোৰাং চিকাৰী । দেওবাৰে নিশা বিহালী আৰক্ষীয়ে আটক কৰে এজন গঁড় চিকাৰীক । আটকাধীন গঁড় চিকাৰীটো বিহালীৰ টেলেঙনীয়াৰ মমিন দাস ওৰফে মমিল দাস বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । আটক কৰা গঁড় চিকাৰীটো ২০১৬ চনৰ গঁড় চিকাৰৰ লগত জড়িত থকাৰ ওপৰিও চলিত বৰ্ষৰ জুন মাহত কঁহৰা বনাঞ্চলৰ গঁড় হত্যাৰ লগতো জড়িত বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ।