বিশ্বনাথ, 8 এপ্ৰিলঃছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল ভাৰতীয় সেনাবাহিনীত কৰ্মৰত এগৰাকী জোৱান । মঙলবাৰে নিশা বিশ্বনাথ আৰক্ষীয়ে জিলাখনৰ গৰেহাগী গাওঁৰ পৰা অমল দাস নামৰ যুৱকজনক কৰায়ত্ব কৰি ইতিমধ্যে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।
ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ সেনা জোৱান - ভাৰতীয় সেনাবাহিনীত কৰ্মৰত জোৱান আটক
বিশ্বনাথ আৰক্ষীয়ে বিশ্বনাথৰ গৰেহাগী গাওঁৰ পৰা অমল দাস নামৰ যুৱকজনক কৰায়ত্ব কৰি ইতিমধ্যে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ।

ভাৰতীয় সেনাবাহিনীত কৰ্মৰত জোৱানভাৰতীয় সেনাবাহিনীত কৰ্মৰত জোৱান
প্ৰাপ্ত তথ্য অনুসৰি জানিব পৰা মতে যুৱকজনৰ ঘৰ ৰঙিয়াৰ কমলপুৰত কিন্তু কৰ্মসূত্ৰে বিশ্বনাথৰ গড়েহাগী গাঁওস্থিত মোমায়েকৰ ঘৰত থাকে অমল দাস।
Last Updated : Apr 8, 2020, 9:37 PM IST