বিশ্বনাথ, ৯ মে':চি পি আই এম এলৰ কেন্দ্ৰীয় সমিতিৰ নেতা , অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সভাপতি তথা নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয় সমিতিৰ অন্যতম আহ্বায়ক বিবেক দাসৰ বিৰুদ্ধে বিশ্বনাথৰ জিনজিয়া আৰক্ষী থানাই জামিনবিহীন গোচৰ ৰুজু কৰিছে ৷
চি পি আই এম এলৰ নেতা বিবেক দাসৰ বিৰুদ্ধে জামিনবিহীন গোচৰ - Non-bail case on Biswanath CPI M L leader Bibek das etv Bharat Assam
শুকুৰবাৰে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ৰুজু কৰা এই গোচৰৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে নেতাগৰাকীক ৷
![চি পি আই এম এলৰ নেতা বিবেক দাসৰ বিৰুদ্ধে জামিনবিহীন গোচৰ Non-bail case on Biswanath CPI M L leader Bibek das](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7123153-1053-7123153-1588999779435.jpg)
চি পি আই এম এলৰ নেতা বিবেক দাসৰ বিৰুদ্ধে জামিনবিহীন গোচৰ
শুকুৰবাৰে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ৰুজু কৰা এই গোচৰৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে নেতাগৰাকীক ৷
আনহাতে, বিশ্বনাথ জিলা চি পি আই এম এলৰ নেতা অনন্ত হাজৰিকাই এই ঘটনাৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য থকা বুলি প্ৰকাশ কৰাৰ লগতে এই গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ।