তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ(Health Minister Keshab Mahanta at Majuli) ৷ বৃহস্পতিবাৰে মাজুলীত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনপ্ৰিয় কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ মৃত্যুৰ তদন্ত ঘোষণা কৰে(Tejaswita Baruah's death to be probed) ৷
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় মুকলি কৰিবলৈ আহিব অমিত শ্বাহ-জে পি নাড্ডা
শুকুৰবাৰে বিয়লি ৪ বজাত গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । শনিবাৰে উদ্বোধন কৰিব প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় । খানাপাৰাৰ খেলপথাৰত সম্বোধন কৰিব বুথ কাৰ্যকৰ্তা সন্মিলন ।
শিশুসহ 34 গৰাকী নিৰীহক হত্যা কৰি আত্মহত্যা ঘাতকৰ
থাইলেণ্ডৰ নাৰ্চাৰীত দুৰ্বৃত্তৰ গুলীচালনা ৷ এই গুলীচালনাত অভিযুক্ত লোকজন প্ৰাক্তন আৰক্ষী বিষয়া পানিয়া খামৰাব বুলি জানিব পৰা হৈছে(Thiland former police officer killed several) ৷ ২০২১ চনত ড্ৰাগ পৰীক্ষাত বিফল হোৱাৰ বাবে আৰক্ষীৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল খামৰাব (Thailand mass shooting accused) ।
ফৰাচী লেখিকা এনি আৰন’লৈ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা
২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা (2022 Nobel prize in Literature) । ২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে ফৰাচী লেখিকা এনি আৰন’লৈ (Annie Ernaux awarded Nobel prize in Literature)।
Miraculous escape : দুৰ্ঘটনাৰ 12 ঘণ্টা পিছত মাতৃৰ বুকুত জীৱন্তে উদ্ধাৰ শিশু
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ১২ ঘণ্টা পিছত এগৰাকী দুবছৰীয়া কন্যাশিশুক তেওঁৰ মৃত মাতৃৰ বুকুৰ মাজত সুৰক্ষিতভাৱে থকা অৱস্থাত পোৱা যায় (2 years kid Miraculous escape from accident) ।