বিশ্বনাথ,14 ডিচেম্বৰ : ক’ভিড-১৯ত আক্ৰান্ত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা ৷ এই খবৰে বিজেপিৰ নেতা তথা মন্ত্ৰী-বিধায়কক চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে ৷
জে পি নাড্ডাৰ আশু আৰোগ্য কামনা মন্ত্ৰী ৰঞ্জিত দত্তৰ - আশু আৰোগ্য
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাচত তেওঁৰ আশু আৰোগ্যৰ লগতে সোনকালে সুস্থ হোৱাৰ কামনা কৰিছে বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৷
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ আশু আৰোগ্য কামনা মন্ত্ৰী ৰঞ্জিত দত্তৰ
ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ক’ভিড-19ত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পাচতে বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই তেওঁৰ আশু আৰোগ্য কামনা কৰা লগতে সোনকালে সুস্থ হোৱাৰ বাবে ভগৱান ওচৰত প্ৰাৰ্থনা জনায় ৷
লগতে পঢ়ক :বিশ্বনাথৰ বাঘমাৰী চাহ বাগিচাত বিজেপি চাহ মৰ্চাৰ সমিতি গঠন
Last Updated : Dec 14, 2020, 8:41 AM IST