অসম

assam

ETV Bharat / state

বিশ্বনাথত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন মে' দিৱস - BISWANATH

বিশ্বনাথৰ পূৱ ভৰলী মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত বিশ্বনাথ নগৰ ই -ৰিক্সা সন্থা আৰু সমূহ ৰাইজৰ সহযোগত মে' দিৱস উদযাপন ।

বিশ্বনাথত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন মে' দিৱস

By

Published : May 2, 2019, 12:41 AM IST

বিশ্বনাথ,১ মে' : বিশ্বনাথ চাৰিআলিত বৰ্ণাঢ্য কাৰ্যসূচীৰে মে' দিৱস উদযাপন । সমগ্ৰ দেশৰ লগতে বিশ্বনাথৰ পূৱ ভৰলী মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত বিশ্বনাথ নগৰ ই -ৰিক্সা সন্থা আৰু সমূহ ৰাইজৰ বিশ্বনাথ জিলা মটৰ শ্ৰমিক সন্থাৰ উদ্যোগতো অনুষ্ঠিত হয় মে' দিৱস ।

বিশ্বনাথত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন মে' দিৱস

বাৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় বিশ্বনাথৰ এই মে' দিৱস অনুষ্ঠান । পোনপ্ৰথমবাৰৰ বাবে সকলো একত্ৰিত হৈ এনেদৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত লোকে যথেষ্ট শলাগ লয় উদ্যোক্তাসকলৰ ।

ABOUT THE AUTHOR

...view details