বিশ্বনাথ ঘাটৰ উমাটুমণি দ্বীপত আয়োজন মহাৰুদ্ৰ যজ্ঞ - গ্ৰীণ আচিয়ানা
তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথৰ গুপ্তকাশী বিশ্বনাথ ঘাটৰ উমাটুমণি দ্বীপত, গ্ৰীণ আচিয়ানাৰ সৌজন্যত বিশ্ব শান্তিৰ বাবে আয়োজন কৰিছে মহাৰুদ্ৰ যজ্ঞ ৷ 22 ফেব্ৰুৱাৰীলৈ অব্যাহত থাকিব এই যজ্ঞ ৷

উমাটুমণি দ্বীপত আয়োজন মহাৰুদ্ৰ যজ্ঞ
বিশ্বনাথ, 20 ফেব্ৰুৱাৰীঃআজিৰে পৰা ২২ ফেব্ৰুৱাৰীলৈ বিশ্বনাথত, বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৰা হৈছে মহাৰুদ্ৰ যজ্ঞ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে গুপ্তকাশী বিশ্বনাথ ঘাটৰ উমাটুমণি দ্বীপত গ্ৰীণ আচিয়ানাৰ সৌজন্যত এই যজ্ঞ আয়োজন কৰা হৈছে ৷ এই অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে আয়োজক কিশোৰ হাজৰিকাই ৷
উমাটুমণি দ্বীপত আয়োজন মহাৰুদ্ৰ যজ্ঞ