বিহালীত খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ - assam
বিশ্বনাথৰ বিহালীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ লালপুখুৰীৰ খহনীয়া অধ্যুষিত অঞ্চলত জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে এটি জিঅ’ বেগ আঁচনিৰ কাম চলি থকাৰ কথা ঘোষণা কৰে ৷
![বিহালীত খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3872788-thumbnail-3x2-k.jpg)
বিহালীত খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ
বিশ্বনাথ,18জুলাইঃ
- বিশ্বনাথৰ বিহালীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত
- বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌ থান আৰু লালপুখুৰী অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰে
- ঐতিহ্যমণ্ডিত গাংমৌ থানত সেৱা লোৱাৰ লগতে সমীপৰ গুৰুজনাই খন্দোৱা পদুম পুখুৰী শিঘ্ৰে সংৰক্ষণ কৰাৰ কথা ঘোষণা
- লালপুখুৰীৰ খহনীয়া অধ্যুষিত অঞ্চলত জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা
- যাৰ বাবে জিঅ বেগ আঁচনিৰ কাম চলি থকাৰ কথাও ঘোষণা কৰে বিহালীত খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ