অসম

assam

ETV Bharat / state

গহপুৰৰ কনকলতা ভৱন উন্মোচন সাংসদ পল্লৱ লোচন দাসৰ - Kanaklata Bhawan inagurated by MP Pallab Lochan Das

অসম চৰকাৰৰ আছুতীয়া পূঁজিৰে নিৰ্মাণ হোৱা কনকলতা ভৱনৰ উন্মোচন কৰাৰ লগতে ছয়দুৱাৰ মহিলা পৰিষদৰ ভৱনটো আধাৰশিলা স্থাপন কৰে সাংসদ পল্লৱ লোচন দাসে ৷

Kanaklata Bhawan inagurated by MP Pallab Lochan Das
গহপুৰৰ কনকলতা ভৱন উন্মোচন কৰিলে সাংসদ পল্লৱ লোচন দাসে

By

Published : Jan 4, 2021, 10:57 PM IST

বিশ্বনাথ, 4 জানুৱাৰী:সোমবাৰে বিশ্বনাথ জিলাৰ গহপুৰ বিধানসভা সমষ্টিত অসম চৰকাৰৰ আছুতীয়া পূঁজিৰে নিৰ্মাণ হোৱা কনকলতা ভৱনৰ উন্মোচন কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে ৷ ভৱনটো উন্মোচন কৰা পাছতে গহপুৰৰ সমষ্টিৰ বহু কেইজন গহপুৰ সমষ্টিৰ ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীক ভূমি পট্টা আৰু আবণ্টন পত্ৰ প্ৰদান কৰে সাংসদ পল্লৱ লোচন দাস আৰু বিধান উৎপল বৰাই ৷

গহপুৰৰ কনকলতা ভৱন উন্মোচন কৰিলে সাংসদ পল্লৱ লোচন দাসে

আনহাতে সোমবাৰে বিয়লি অসম চৰকাৰৰ আচুতীয়া পূঁজিৰে নিৰ্মাণ হ'বলগীয়া ছয়দুৱাৰ মহিলা পৰিষদৰ ভৱনটো আধাৰশিলা স্থাপন কৰে সাংসদ পল্লৱ লোচন দাসে ৷

লগতে পঢ়কঃঅৱশেষত ৰাজ্যৰ কাৰাগাৰত শিথিল হ'ল ক'ভিড প্ৰট'কল

ABOUT THE AUTHOR

...view details