বিশ্বনাথ, 2 জুলাইঃগহপুৰৰ কলাবাৰী মডেল চিকিৎসালয়খন ৰূপান্তৰিত কৰা হৈছে COVID হাস্পতাল হিচাপে ৷ পূৰ্ণ গতিত চলি আছে চিকিৎসালয় খনক প্ৰস্তুতি ৷ COVID হাস্পতালৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে চিকিৎসালয় খনৰ ক্ষেত্ৰত ৷ চিকিৎসালয়খনত ইতিমধ্যে 4 গৰাকী চিকিৎসক নিয়োজিত কৰাৰ লগতে 7 গৰাকীকৈ নাৰ্ছ নিয়োজিত কৰা হৈছে ৷ কৰ'ণাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
গহপুৰৰ কলাবাৰী মডেল চিকিৎসালয় ৰূপান্তৰিত COVID হাস্পতাললৈ - COVID হাস্পতাল
কৰ'ণাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে গহপুৰৰ কলাবাৰী মডেল চিকিৎসালয়খন ৰূপান্তৰিত কৰিছে COVID হাস্পতাললৈ ৷
kalabari model hospital converted to covid hospital in biswanath