অসম

assam

ETV Bharat / state

বিশ্বনাথত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন জিলা উপায়ুক্তৰ - assam news

সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে বিশ্বনাথতো ৭৩তম স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা হয় ৷ বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত আয়োজিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে ৷

বিশ্বনাথত পতাকা উত্তোলন জিলাৰ উপায়ুক্তৰ

By

Published : Aug 15, 2019, 1:27 PM IST

Updated : Aug 15, 2019, 3:01 PM IST

বিশ্বনাথ, 15 আগষ্টঃ বিশ্বনাথত শান্তিপূৰ্ণভাৱে উদযাপন স্বাধীনতা দিৱস ৷ জিলা পৰ্যায়ত বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানটো উদযাপন কৰা হয় 73 তম স্বাধীনতা দিৱস । অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি পতাকা উত্তোলন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে । কাৰ্যসূচীত জিলাৰ বহুকেইজন সমাজ কৰ্মী, মুক্তিযুজাৰু লগতে বিশিষ্ট ব্যক্তিক বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । লগতে অনুষ্ঠানত উপস্থিত থকা জিলা উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱা লগতে বিধায়ক গৰাকীয়ে কনমানি পুত্ৰয়েও পিতৃক অনুসৰণ কৰি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে |

বিশ্বনাথত পতাকা উত্তোলন জিলাৰ উপায়ুক্তৰ
Last Updated : Aug 15, 2019, 3:01 PM IST

ABOUT THE AUTHOR

...view details