হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব' - তেজপুৰ লোকসভা সমষ্টি
পল্লৱ লোচন দাসৰ হৈ ৰোড শ্ব'ত অংশগ্ৰহণ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ
![হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2892912-1073-39b428dc-b103-4fc7-8379-83b1906e424f.jpg)
হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'
বিশ্বনাথ,৩ এপ্ৰিলঃ তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসক লৈ অসম চৰকাৰৰ বিত্ত মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'৷ তেজপুৰৰ শ্বহীদ বাকৰিৰ পৰা আৰম্ভ কৰি সমগ্ৰ তেজপুৰ নগৰ ভ্ৰমণ কৰে এই ৰোড শ্ব'য়ে ৷ তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলি,ৰঙাপৰা,বিহালীটো পল্লৱ লোচন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিত্তমন্ত্ৰীজনে ৷
হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'