বিশ্বনাথ, 26 ফেব্ৰুৱাৰীঃবুধবাৰে গহপুৰত নগৰীয়া জীৱিকা কেন্দ্ৰৰ শুভ উন্মোচন কৰে সাংসদ পল্লৱ লোচন দাসে ৷ স্থানীয় বিধায়ক উৎপল বৰা আৰু গহপুৰ পৌৰসভাৰ সভানেত্ৰী লীনা শইকীয়া বৰাৰ সহযোগত, গহপুৰ নগৰৰ পৌৰসভা অধীনৰ মহিলা গোটৰ নগৰীয়া জীৱিকা কেন্দ্ৰত, ৮ টাকৈ অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে তেজপুৰৰ সাংসদ গাৰাকীয়ে ৷ ইয়াৰ পিচতে নৱ নিৰ্মিত সভা কক্ষত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে সাংসদ গৰাকীয়ে ৷ এই সভাত উপস্থিত থাকি গহপুৰৰ আদিবাসী নেতা ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ তদন্ত হ'ব বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷
পুনৰ তদন্ত হ'ব ডেনিয়েল তপ্ন হত্যাকাণ্ডৰঃ সাংসদ পল্লৱ লোচন দাস - গহপুৰ পৌৰসভাৰ সভানেত্ৰী লীনা শইকীয়া
গহপুৰ নগৰৰ পৌৰসভা অধীনৰ মহিলা গোটৰ নগৰীয়া জীৱিকা কেন্দ্ৰত, ৮ টাকৈ অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে ৷ এই অনুষ্ঠানত উপস্থিত থাকি আদিবাসী নেতা ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ তদন্ত হ'ব বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷
![পুনৰ তদন্ত হ'ব ডেনিয়েল তপ্ন হত্যাকাণ্ডৰঃ সাংসদ পল্লৱ লোচন দাস ডেনিয়েল তপ্ন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6214972-thumbnail-3x2-kl.jpg)
ডেনিয়েল তপ্ন
পুনৰ তদন্ত হ'ব ডেনিয়েল তপ্ন হত্যাকাণ্ডৰঃ সাংসদ পল্লৱ লোচন দাস