অসম

assam

ETV Bharat / state

বিশ্বনাথত উদ্ধাৰ দুটাকৈ মৃতদেহ - ব্ৰহ্মপুত্ৰ

বিশ্বনাথ ঘাটৰ শ্মশান থলীৰ সমীপত থকা ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ দুটা ৷ উদ্ধাৰ হোৱা মৃতদেহ দুটা এহাল স্ত্ৰী-পুৰুষৰ বুলি চিনাক্ত হয় যদিও বৰ্তমান পৰ্যন্ত পৰিচয় জানিব পৰা নাই ৷

বিশ্বনাথত উদ্ধাৰ দুটাকৈ মৃতদেহ

By

Published : Aug 9, 2019, 12:59 PM IST


বিশ্বনাথ, 9 আগষ্টঃ বিশ্বনাথ ঘাটত উদ্ধাৰ দুটাকৈ অচিনাক্ত মৃতদেহ | বিশ্বনাথ ঘাটৰ শ্মশান থলীৰ সমীপত থকা ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ দুটা ৷ উদ্ধাৰ হোৱা মৃতদেহ দুটা এহাল স্ত্ৰী-পুৰুষৰ বুলি চিনাক্ত হয় যদিও বৰ্তমান পৰ্যন্ত পৰিচয় জানিব পৰা নাই ৷ ৷ যাৰ বাবে সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে |

বিশ্বনাথত উদ্ধাৰ দুটাকৈ মৃতদেহ

ইতিমধ্যে ঘটনাস্থলীত বিশ্বনাথ ঘাট নদী আৰক্ষী বাহিনী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, দুয়োটা মৃতদেহৰ শৰীৰ গামোচাৰে বন্ধা আছিল ৷

ABOUT THE AUTHOR

...view details