অসম

assam

ETV Bharat / state

বিশ্বনাথত মন্ত্ৰী হিমন্তক তুলাধুনা চি পি আই এম এলৰ নেতা বিবেক দাসৰ

বিশ্বনাথত কেব সম্পৰ্কত মন্ত্ৰী হিমন্তক তাচ্ছিল্য কৰে চি পি আই এম এলৰ নেতা বিবেক দাসে, এক সাক্ষাৎকাৰত দাসে কয় যে,বৰ্তমানেও কেব উঠাই ল'বলৈ বিজেপি চৰকাৰৰ সময় আছে,অন্যথা চৰকাৰে ইয়াতকৈও ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ’ব ৷

By

Published : Dec 9, 2019, 4:16 PM IST

বৰ্তমানেও কেব উঠাই লবলৈ বিজেপি চৰকাৰৰ সময় আছে
বিশ্বনাথত মন্ত্ৰী হিমন্তক তুলাধুনা চি পি আই এম এলৰ নেতা বিবেক দাসৰ

বিশ্বনাথ,9 ডিচেম্বৰঃ বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চি পি আই এম এলৰ কেন্দ্ৰীয় নেতা বিবেক দাসে সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সমগ্ৰ ৰাজ্যতে কেব বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দাসে কয় যে,বৰ্তমানেও কেব উঠাই ল'বলৈ বিজেপি চৰকাৰৰ সময় আছে ৷ অন্যথা চৰকাৰে ইয়াতকৈও ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ’ব ৷ আনহাতে,ডাঃ হিমন্ত বিশ্ব শৰ্মাক পোহনীয়া কুকুৰৰ লগত তুলনা কৰি তীব্ৰ সমালোচনা কৰে চি পি আই এম এলৰ নেতাজনে ৷

বিশ্বনাথত মন্ত্ৰী হিমন্তক তুলাধুনা চি পি আই এম এলৰ নেতা বিবেক দাসৰ

ABOUT THE AUTHOR

...view details